Monday, January 14, 2019

মেজিৰ পৱিত্র জুইয়ে তোমাৰ হৄদয় উমাল কৰি তোলক ।
ভোগালী মাঘৰ মেজি, পিঠ-পনা আৰু অনেক সুখৰ বতৰাই তোমাৰ জীৱন ৰঙীন কৰি তোলক ।
ভোগালীৰ ভেলাঘৰ, উৰূকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে তোমাৰ জীৱন সুখময় হওক |
ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে